বিশেষণ: আজিৰ
ৰাশিফল আপোনাক জনাব
যে আজিৰ দিনাখন
আপুনি কি কি
বস্তু তথা বিষয়ৰ
ওপৰত অধিক গুৰুত্ব
দিয়া উচিত আৰু
কাৰ পৰা দূৰত
থকা উচিত ,আজি
আপোনাক কি বস্তুয়ে
উন্নতিৰ পথত
লৈ যাব আৰু
কি আপোনাৰ সম্নুখত
বাধা ৰূপে থিয়
দিব!! আহক জানি
লওক আপোনাৰ নক্ষত্ৰ
আজি কি কৈ
আছে।
আজি দিনৰ
১২ ৰাশিফলৰ বিষয়ে
জনোৱা হৈছে

মেষ ৰাশি ফলাফল - Mesh Rashi Prediction
in Assamese
মেষ ৰাশি ফলাফল - Mesh Rashi Prediction in Assamese (Wednesday,
October 9, 2024)
বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হব। যি ব্যক্তি আগৰ পৰাই আপোনৰ প্ৰতি ভাল ভাৱ পোষণ কৰি থকা নাছিল তাৰ লগত আজিয়ে আপুনি সকলো কথা মীমাংসা কৰি লোৱা উচিত। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। আজি আপুনি নিজৰ মানুহৰ ৰ পৰা আতঁৰি কৰবাত নিৰলে গৈ থকা পছন্দ কৰিব ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হব । কোনোবা পূৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ স্মৃতি সমূহ সতেজ কৰিব পাৰে।
চিকিৎসা :- আৰ্থিক উন্নয়নৰ বাবে মাদক দ্ৰব্য আৰু মাছ-মাংসৰ বৰ্জন কৰক আৰু লগতে মহিলা সকলক উপযুক্ত মান-সন্মান দিয়ক।
বৃষ ৰাশি ফলাফল - Brish Rashi
Prediction in Assamese
বৃষ ৰাশি ফলাফল - Brish Rashi Prediction in Assamese
(Wednesday, October 9, 2024)
আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব , বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হব। ঘৰত সমস্যাৰ সৃ্ষ্টি হব পাৰে কিন্তু আপুনি জীৱন সংগীক সৰু সৰু কথাৰ বাবে কথা শুনোৱা বন্ধ কৰক। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল ,আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। আজি এনেকুৱা বহুত বস্তু সংঘটিত হব ,যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে।
চিকিৎসা :- নিতৌ লক্ষ্মী চালিচা আৰু আৰতি পাঠ কৰিলে প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি বেছি ভাল হ'ব।
মিথুন ৰাশি ফলাফল - Mithun Rashi
Prediction in Assamese
মিথুন ৰাশি ফলাফল - Mithun Rashi Prediction in Assamese
(Wednesday, October 9, 2024)
ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। ৰিয়েল এষ্টেট আৰু বিত্তীয় লেন দেনৰ বাবে বহুত ভাল দিন। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা লব পাৰে , সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰ পাজৰৰ লোকক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। আপুনি অফিচত আজি পৰিৱেশ ভাল হোৱা আৰু কাম-কাজৰ স্তৰত শুধৰণি হোৱা অনুভৱ কৰিব। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। এইদিন টো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হব।
চিকিৎসা :- খিৰনীৰ শিপা বগা কাপোৰত মেৰিয়াই লৈ নিজৰ কাষত ৰাখিলে স্বাস্থ্য ভালে থাকিব।
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction
in Assamese
কৰ্কট ৰাশি ফলাফল - Karkat Rashi Prediction in Assamese
(Wednesday, October 9, 2024)
আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হব পাৰে। প্ৰেম ৰোমাঞ্চ বহুত ৰোমাণ্টিক হব ,এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সচাকৈ ভাল পায় আৰু এই দিনক ভালকৈ উদযাপন কৰক। ইয়াৰ আগত কি আপোনাৰ বৰিষ্ঠ সকল এই বিষয়ে অৱগত হওক তাৰ আগতে কাম টো শেষ কৰা উচিত। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব।
চিকিৎসা :- কৰ্মজীৱনত শুভ প্ৰভাৱ ৰ বাবে চাকৰি অথবা কামত যোৱাৰ আগত কেশৰ ৰ তিলক কপালত লগাই লব।
সিংহ ৰাশি ফলাফল - Singha Rashi
Prediction in Assamese
সিংহ ৰাশি ফলাফল - Singha Rashi Prediction in Assamese
(Wednesday, October 9, 2024)
স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ'ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। বন্ধুক আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাব নিদিব। আপোনাৰ ৰসিক কল্পনাসমূহৰ এতিয়া আৰু আপুনি সপোন নাচাব ,কাৰণ সম্ভৱ হব পাৰে যে আজি এইবোৰ সচাঁ হব। অংশীদাৰৰ ব্যৱসায়ত কৰি থোৱা কাম আজি লাভদায়ক ৰূপে পৰিগণিত হব ,কিন্তু আপুনি অংশীদাৰ সকলৰ বিৰোধৰ সন্মুখীন হব লগাত পৰিব পাৰে। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। কিছুুমান মানুহ একেলগে থাকে কিন্তু সিহতঁৰ জীৱনত প্ৰেমাভূতি খুব কমি যায় কিন্তু আপোনাৰ বাবে এই দিনটো বহুত ৰোমাণ্টিকৰ বুলি প্ৰমাণিত হব।
চিকিৎসা :- পাৰিবাৰিক সমস্যা বোৰ নোহোৱা কৰিবৰ বাবে হনুমান চালিছা , সংকট মোচন অষ্টক আৰু ভগৱান ৰামৰ স্তুতিৰ দৈনিক পাঠ কৰক।
কন্যা ৰাশি ফলাফল - Kanya Rashi
Prediction in Assamese
কন্যা ৰাশি ফলাফল - Kanya Rashi Prediction in Assamese
(Wednesday, October 9, 2024)
ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি ভাল দিন হয়। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হব। আপুনি নিজৰ সমস্যা সমূহ পাহৰি পৰিয়ালৰ লগত ভাল সময় অতিবাহিত কৰক। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। ছাত্ৰসকলক পৰামৰ্শ দিয়া হল যে বন্ধুত্বৰ খাতিৰত সিহতে যাতে সময় অপচয় নকৰে । বন্ধু আহিব লগা সময়তো হ’ব কিন্তু পঢ়িব বাবে এই সময় উপযোগী। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।
চিকিৎসা :- ঔম নমো ভগৱতে ভাসুদেৱাই মন্ত্ৰটো ২৮ অথবা ১০৮ বাৰ উচ্চাৰণ কৰিলে কৰ্ম জীৱন ত ভাল প্ৰভাৱ পৰিব।
তুলা ৰাশি ফলাফল - Tula Rashi Prediction
in Assamese
তুলা ৰাশি ফলাফল - Tula Rashi Prediction in Assamese (Wednesday,
October 9, 2024)
আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। এটা পাৰিবাৰিক ৰহস্যৰ ভেদ খোল খোৱা বাবে আপোনালোক আশ্চৰ্য হৈ যাব পাৰে। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শক্তি যেন আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সোমাই আছে, কাৰণ প্ৰেমৰ অনুভূতি বোৰ এনেকুৱাই , আপুনিয়েই সেই ভাগ্যৱান যি এই অনুভৱ অনুভূতি লাভ কৰিছে। যদি আপুনি বেলেগৰ ওপৰত কামৰ চাপ অধিক দিব তেন্তে তেখেত সকল আপোনাক খঙ কৰিব পাৰে , সেইবাবে যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰয়োজনক বুজিব চেষ্টা কৰিব । অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ , গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱন সংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব।
চিকিৎসা :- বুধক প্ৰভাৱিত কৰিবলৈ সদায় পৰিপাটী আৰু চাফা কাপোৰ পিন্ধক , এনেকৈ চলিলে আপোনাৰ কৰ্ম জীৱনত ভাল প্ৰভাৱ পৰিব।
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi
Prediction in Assamese
বৃশ্চিক ৰাশি ফলাফল - Brischik Rashi Prediction in Assamese
(Wednesday, October 9, 2024)
আকাশত ধোৱা চাং পাতি থাকোতে সময় খৰচ নকৰিব , ভাল কাম বোৰত সময় দিব কাৰণে নিজৰ শক্তি আৰু উৰ্জা বচাই ৰাখক। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হব পাৰে। নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগ বাঢ়ি থাকক আৰু সফলতা প্ৰাপ্ত হ'লেহে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব। সমালোচনা আৰু অপবাদ ইত্যাদি দিয়াৰ বা কৰাৰ পৰা বিৰত থাকক। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে ,আপোনাৰ জীৱন সংগীৰ লগত কথা পাতক আৰু কিছু জীৱন দায়িনী পৰিকল্পনা তৈয়াৰ কৰক।
চিকিৎসা :- প্ৰেমৰ সম্পৰ্কত অধিক মধুৰতা আনিবৰ বাবে মটীয়া ৰঙৰ কুকুৰক তান্দুৰী ৰুটি খুৱাওক।
ধনু ৰাশি ফলাফল - Dhanu Rashi
Prediction in Assamese
ধনু ৰাশি ফলাফল - Dhanu Rashi Prediction in Assamese
(Wednesday, October 9, 2024)
মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জনৰ অৱহেলা কৰাটো ঘৰত নতুন অশান্তি লৈ আহিব। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰহণ কৰিব। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। আপোনাৰ জীৱন সংগী আজি লগৰ বন্ধু-বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে ,যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে।
চিকিৎসা :- আৰ্থিক স্থিতি সবল কৰিবলৈ দুখীয়াক ভাত –তৰকাৰী খুৱাওক আৰু নিজেও খাওক।
মকৰ ৰাশি ফলাফল - Makar Rashi
Prediction in Assamese
মকৰ ৰাশি ফলাফল - Makar Rashi Prediction in Assamese
(Wednesday, October 9, 2024)
আজি খেল ধূলা ত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা ভাল হৈ যাব। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন লব, অৱশ্যে তেখেত বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হব। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। কলাত্মক কামৰ লগত জড়িত মানুহৰ বাবে আজি এক ধুনীয়া দিন হয়,কাৰণ সিহঁতক আজি এই দক্ষতাই ধন আৰু খ্যাতি প্ৰদান কৰিব। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। কোনোবা অচিনাকী ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে,কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে।
চিকিৎসা :- ক'লা বগা কুকুৰক গাখীৰ ৰুটি খুৱালে প্ৰেম সম্বন্ধ অধিক ভাল হব।
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi
Prediction in Assamese
কুম্ভ ৰাশি ফলাফল - Kumbh Rashi Prediction in Assamese
(Wednesday, October 9, 2024)
বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। আপুনি এনেেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে -কিন্তু আজি আপুনি নিজৰ খৰচ সমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। ঘৰত আৰু ঘৰৰ চাৰিওফালে সৰু-সুৰা পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰ খন শুৱনি হৈ উঠিব। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কোমনীয় হয়। আত্মীয় উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন যোজনা আপোনাৰ ওচৰত আনিব। দিন ভাল যাব , বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। আপোনাৰ জীৱন সংগী আজি ওচৰ-চুবুৰীয়াৰ ৰ পৰা শুনা এটা সৰু কথাক তিলৰ পৰা তাল কৰিব পাৰে।
চিকিৎসা :- প্ৰেম জীৱন অধিক মধুৰ কৰিবৰ বাবে ৰঙা ৰঙৰ ফুল তামৰ ফুলদানিত ৰাখক।
মীন ৰাশি ফলাফল - Min Rashi Prediction
in Assamese
মীন ৰাশি ফলাফল - Min Rashi Prediction in Assamese (Wednesday,
October 9, 2024)
আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল শাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আপোনাৰ প্ৰেমাস্পদ আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ত্ব দিব ফলস্বৰূপে আপুনি অলপ বিৰক্ত হব পাৰে। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। নিজৰ কাম সময়মতে কৰিব লাগে , কাম জমা কৰি থ’লে আপোনাৰে অসুবিধা হ’ব পিচলৈ ।কাম সোনকালে শেষ কৰিলে আজি আপুনি ধেৰ অৱসৰ সময় পাব। কোনোবা পূৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ স্মৃতি সমূহ সতেজ কৰিব পাৰে।
চিকিৎসা :- প্ৰেমৰ সম্পৰ্ক অধিক সহজ কৰিবৰ বাবে ভগৱান কৃষ্ণক কৰ্পুৰৰে নিতৌ আৰতি কৰক।
দৈনিক ৰাশিফল
(Daily Horoscope in Assamese)
ৰাশিফল মূলত
: পূৰাতন জ্যোতিষ শাস্ত্ৰৰ
ই এক বিধান
, যাৰ মাধ্যমেদি বিভিন্ন
কাল-খণ্ড ৰ
বিষয়ে ভৱিষ্যত বাণী
কৰা হয়। য'ত দৈনিক ৰাশিফল
দৈনন্দিন ঘটনাক
আধাৰ কৰি ভৱিষ্য
কথন কৰা হয়,
সেইখিনিয়ে সাপ্তাহিক
,মাহেকীয়া আৰু
বাৰ্ষিক ৰাশিফল
ক্ৰমশঃ সপ্তাহ ,মাহ
আৰু বছৰক নিৰ্দেশ
কৰে। বৈদিক জ্যোতিষি
বিদ্যাত ১২
বিধ ৰাশি- মেষ,বৃষ,মিথুন,সিংহ,কৰ্কট,কন্যা,তুলা,বৃশ্চিক,ধনু,মকৰ,কুম্ভ আৰু
মীনৰ বাবে ভৱিষ্যৰ
ধাৰণা কৰা হয়।
ঠিক এনেকৈ ২৭টা
নক্ষত্ৰৰ ভৱিষ্যত
বাণী কৰা যায়।
প্ৰত্যেক ৰাশিৰ
নিজা-নিজা প্ৰকৃতি
আৰু গুণ ধৰ্ম
আছে, অন্তত প্ৰতিদিন
গ্ৰহৰ স্থিতি অনুযায়ী
সেই গ্ৰহৰ লগত
জড়িত জাতকৰ জীৱনত
ঘটিব লগীয়া স্থিতি
ভিন্ন ভিন্ন-ভিন্ন
হয়, এইটোয়ে কাৰণ
প্ৰত্যেক ৰাশিফল
বেলেগ বেলেগ হোৱাৰ।
rakhi-fol.in ত দিয়া
এই দৈনিক ৰাশিফলবোৰ
আমি এনেকুৱা সঠিক
পদ্ধতিৰে গণনা
কৰি উলিওৱাত গুৰুত্ব
প্ৰদান কৰিছোঁ। এই
ধৰণে সাপ্তাহিক ৰাশিফলত
আমি আটাইতকৈ সুক্ষ্মতম
জ্যোতিষি গণনাতো
গুৰুত্ব প্ৰদান
কৰিছোঁ। যদি
মাহেকীয়া ৰাশিফলৰ
কথা উল্লেখ কৰা
হয় ,তেন্তে এই
কথা ইয়াৰ ওপৰতো
আৰোপ হয়।বাৰ্ষিক ৰাশিফল
আমাৰ বিদ্বান তথা
অনুভৱী জ্যোতিষি সকলে
বছৰ ধৰি হব
লগা সকলো গ্ৰহৰ
পৰিৱৰ্তন,গোচৰ
আৰু অন্য বহুত
ব্ৰহ্মাণ্ডীয় গণনাৰ
মাধ্যমেৰে বছৰৰ
বিভিন্ন বিষয়
যেনে স্বাস্থ্য ,বৈবাহিক
জীৱন অথবা প্ৰেম
,ধন-সম্পত্তি আৰু
সমৃদ্ধি, পৰিয়াল
আৰু ব্যৱসায় তথা
চাকৰি ইত্যাদি বিষয়ৰ
ওপৰত পূৰ্ণ বিবেচনা
কৰিব।
এই ৰাশিফল
নাম ৰাশি অনুযায়ী
বনোৱা হৈছে নে
জন্ম ৰাশি অনুযায়ী?
এষ্ট্ৰোসেজৰ ফলক
মূলত চন্দ্ৰ ৰাশিৰ
ওপৰত আধাৰিত, এই
ভৱিষ্য ফলক সূৰ্য
ৰাশিৰ সহায়ত পঢ়া
শুদ্ধ বুলি বিবেচিত
নহয় ।প্ৰকৃততে ভাৰতীয়
জ্যোতিষ শাস্ত্ৰত
চন্দ্ৰ ৰাশিক সৰ্বত্ৰ
গুৰুত্ব দিয়া
হৈছে।
এই ৰাশি
সূৰ্য ৰাশিৰ ওপৰত
আধাৰিত নে চন্দ্ৰৰাশিৰ
ওপৰত ??
এষ্ট্ৰোসেজৰ ফলক
মূলত চন্দ্ৰ ৰাশিৰ
ওপৰত আধাৰিত, এই
ভৱিষ্য ফলক সূৰ্য
ৰাশিৰ সহায়ত পঢ়া
শুদ্ধ বুলি বিবেচিত
নহয় ।প্ৰকৃততে ভাৰতীয়
জ্যোতিষ শাস্ত্ৰত
চন্দ্ৰ ৰাশিক সৰ্বত্ৰ
গুৰুত্ব দিয়া
হৈছে।
মোৰ ৰাশি
কি হয় ,মই
সেই বিষয়ে কেনেকৈ
জানিম?
যদি আপুনি
নিজৰ ৰাশিৰ বিষয়ে
জ্ঞাত নহয় আৰু
নিজৰ ৰাশিৰ বিষয়ে
জানিবলৈ ইচ্ছু
তেন্তে এষ্ট্ৰোসেজৰ ৰাশি
কেলকুলেটৰৰ ব্যৱহাৰ
কৰি নিজৰ ৰাশি
গম পাব পাৰে।আপোনাৰ
ৰাশি জানিবৰ বাবে
জন্ম তাৰিখৰ আৱশ্যক
হব। ৰাশি কেলকুলেটৰৰ
দ্বাৰা আপুনি ৰাশি
জনাৰ লগতে নিজৰ
নক্ষত্ৰ ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা
দশা ইত্যাদি বহুত
বিষয় সম্বন্ধে জ্ঞাত
হব পাৰিব।
দৈনিক ৰাশিফলৰ
গণনা কেনেকৈ কৰা
হৈছে?
ভাৰতীয় জ্যোতিষ
বিদ্যাত বৰ্তমান
গ্ৰহৰ স্থিতিক গোচৰ
বুলি কোৱা হয়।
আজিৰ ৰাশিফল গোচৰ
আধাৰিত হয় অৰ্থাৎ
ইয়াৰ ফলত দেখা
যায় যে আপোনাৰ
গ্ৰহ কত অৱস্থান
কৰি আছে ।আপোনাৰ
ৰাশিক লগ্ন মানি
তাত গোচৰৰ গ্ৰহ
ৰখাৰ পিছত যি
কুণ্ডলী তৈয়াৰ
হয় সেই কুণ্ডলী
ফলাফলৰ মুখ্য আধাৰ
হিচাপে পৰিগণিত হব।
ইয়াৰ উপৰিও পঞ্চাংগৰ
অবয়ব যেনে বাৰ,নক্ষত্ৰ,যোগ
আৰু কৰন ইত্যাদিও
দেখিব পাৰি। ভৱিষ্যফল
লেখনত কুণ্ডলীত গ্ৰহৰ
স্থিতি আৰু দশা
ইত্যাদিৰ ব্যৱহাৰ
নহয়।
এই ৰাশিফল
একেবাৰে শুদ্ধ
নে?
ৰাশিৰ নামৰ
পৰাই স্পষ্ট আৰু
ৰাশি ফলাফল ৰাশিৰ
আধাৰতেই লিখা
হয়। গোটেই পৃথিৱীৰ
কোটি লোকৰ বিষয়ে
অকল বাহ্যিক ৰাশিৰ
পৰা ভৱিষ্য কথন
কৰাৰ বাবে সামান্য্য
ফলকখনেই মানিব
লাগে। সঠিক ভৱিষ্যফল
ৰ বাবে কোনো
জ্যোতিষীৰ দ্বাৰা
সম্পূৰ্ণ কুণ্ডলীৰ
অধ্যয়ণ কৰাব লাগে।
0 Comments